মুখ্যপৃষ্ঠা »খবৰ »অসম »Sivasagar : শিৱসাগৰৰ বেতবাৰী কৈৱৰ্ত গাঁৱৰ ব্যক্তিৰ মৃতদেহ সোণাৰিত উদ্ধাৰ, চাঞ্চল্য

Sivasagar : শিৱসাগৰৰ বেতবাৰী কৈৱৰ্ত গাঁৱৰ ব্যক্তিৰ মৃতদেহ সোণাৰিত উদ্ধাৰ, চাঞ্চল্য

দাসৰ পৰিয়ালে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে।

দাসৰ পৰিয়ালে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে।

দাসৰ পৰিয়ালে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে।

  • Share this:

শিৱসাগৰ বেতবাৰী কৈৱৰ্ত গাঁৱৰ এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত। বৃহস্পতিবাৰে সোণাৰি নগৰত ৰহস্যজনকভাৱে উদ্ধাৰ হয় ৰাজেন দাস (৫৫) নামৰ লোকগৰাকীৰ মৃতদেহ।


তাত্‍পৰ্যপূৰ্ণ যে কংগ্ৰেছ নেতা শৰৎ বৰকটকীৰ ভতিজাক ৰঞ্জন বৰকটকীৰ ঘৰত উদ্ধাৰ হৈছে ৰাজেন দাসৰ মৃতদেহ।


আনহাতে মৃতকৰ পৰিয়ালে অভিযোগ কৰা মতে, মৃতদেহ উদ্ধাৰৰ বহু পলমকৈ পৰিয়ালক অৱগত কৰা হৈছে। দাসৰ পৰিয়ালে সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে।

শেহতীয়া বাতৰি