உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Deadbody Found: বৰপথাৰত উদ্ধাৰ পুৰুষ-মহিলাৰ মৃতদেহ, কীটনাশক দৰৱ খাই আত্মহত্যাৰ সন্দেহ, প্ৰেম নে অন্য কিবা!

    Deadbody Found: বৰপথাৰত উদ্ধাৰ পুৰুষ-মহিলাৰ মৃতদেহ, কীটনাশক দৰৱ খাই আত্মহত্যাৰ সন্দেহ, প্ৰেম নে অন্য কিবা!

    বাগানত ব্যৱহাৰ হোৱা কীটনাশক দৰৱ খাই দুয়োজনে আত্মহত্যা কৰাৰ সন্দেহ হৈছে।

    বাগানত ব্যৱহাৰ হোৱা কীটনাশক দৰৱ খাই দুয়োজনে আত্মহত্যা কৰাৰ সন্দেহ হৈছে।

    বাগানত ব্যৱহাৰ হোৱা কীটনাশক দৰৱ খাই দুয়োজনে আত্মহত্যা কৰাৰ সন্দেহ হৈছে।

    • Share this:
    কাৰ্বি আংলঙৰ বৰপথাৰৰ নামবৰ বাগানত এহাল পুৰুষ মহিলা মৃতদেহ উদ্ধাৰৰ ঘটনাই সমগ্ৰ  এলেকাটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুৱাই নামবৰ বাগানত উদ্ধাৰ হৈছে এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মৃতদেহ।

    বাগানলৈ কাম কৰিবলৈ অহা শ্ৰমিকে মৃতদেহ দুটা।দেখা পাই বৰপথাৰ আৰক্ষীক খবৰ দিয়ে। মহিলা গৰাকীৰ নাম মীৰা কুৰ্মী বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ ঘৰ পুৰণি বৰপথাৰত। কিন্তু পুৰুষজনৰ পৰিচয় বৰ্তমানেও জানিব পৰা নাই।

    বাগানত ব্যৱহাৰ হোৱা কীটনাশক দৰৱ খাই দুয়োজনে আত্মহত্যা কৰাৰ সন্দেহ হৈছে।আত্মহত্যাৰ কাৰণ বৰ্তমানেও জানিব পৰা নাই যদিও প্ৰেম জনিত কাৰণতে আত্মহত্যা কৰা সন্দেহ একাংশ লোকৰ। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি আছে।
    Published by:Manjumoni Borah
    First published: