• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰেমিকাৰ বাসগৃহৰ কাষতে উদ্ধাৰ হ’ল প্ৰেমিকৰ মৃতদেহ, ২৭ জুনৰ পৰা নিখোঁজ হৈ আছিল চাইদুল

প্ৰেমিকাৰ বাসগৃহৰ কাষতে উদ্ধাৰ হ’ল প্ৰেমিকৰ মৃতদেহ, ২৭ জুনৰ পৰা নিখোঁজ হৈ আছিল চাইদুল

প্ৰতীকী ফটো

প্ৰতীকী ফটো

আজি প্ৰেমিকাৰ বাসগৃহৰ কাষতেই মাটিত পুতি থোৱা অৱস্থাত চাইদুলৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

  • Share this:
হোজাই মোৰাঝাৰত চাঞ্চল্যকৰ ঘটনা। প্ৰেমিকাৰ বাসগৃহৰ কাষতেই উদ্ধাৰ হ’ল প্ৰেমিকৰ মৃতদেহ। পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় প্ৰেমিকৰ মৃতদেহ।

মোৰাঝাৰ দীঘলজাৰৰ চাইদুল ইছলাম নামৰ যুৱকজন ২৭ জুনৰ পৰা নিখোঁজ হৈ আছিল।আজি প্ৰেমিকাৰ বাসগৃহৰ কাষতেই মাটিত পুতি থোৱা অৱস্থাত চাইদুলৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published: