আজি প্ৰেমিকাৰ বাসগৃহৰ কাষতেই মাটিত পুতি থোৱা অৱস্থাত চাইদুলৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।
হোজাই মোৰাঝাৰত চাঞ্চল্যকৰ ঘটনা। প্ৰেমিকাৰ বাসগৃহৰ কাষতেই উদ্ধাৰ হ’ল প্ৰেমিকৰ মৃতদেহ। পুতি থোৱা অৱস্থাত উদ্ধাৰ হয় প্ৰেমিকৰ মৃতদেহ।
মোৰাঝাৰ দীঘলজাৰৰ চাইদুল ইছলাম নামৰ যুৱকজন ২৭ জুনৰ পৰা নিখোঁজ হৈ আছিল।আজি প্ৰেমিকাৰ বাসগৃহৰ কাষতেই মাটিত পুতি থোৱা অৱস্থাত চাইদুলৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|