কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।
কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।
লামডিঙত সংঘটিত হৈছে এক জঘন্য ঘটনা৷ কৃষ্ণবস্তিৰ শাল বাগানত অৰ্ধ উলংগ অৱস্থাত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। ঘৰৰ পৰা টিউচনলৈ বুলি বিয়লি ৪ বজাত ওলাই গৈছিল ছাত্ৰীগৰাকী৷ লামডিং আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|