• Home
  • »
  • News
  • »
  • assam
  • »
  • লামডিঙত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ, ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

লামডিঙত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ, ধৰ্ষণ কৰি হত্যাৰ সন্দেহ

কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

  • Share this:
লামডিঙত সংঘটিত হৈছে এক জঘন্য ঘটনা৷ কৃষ্ণবস্তিৰ শাল বাগানত অৰ্ধ উলংগ অৱস্থাত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। ঘৰৰ পৰা টিউচনলৈ বুলি বিয়লি ৪ বজাত ওলাই গৈছিল ছাত্ৰীগৰাকী৷ লামডিং আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷
Published by:Sanjay Kumar Das
First published: