মুখ্যপৃষ্ঠা »খবৰ »অসম »UPPLত যোগদান এবছুৰ সদ্য প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ

UPPLত যোগদান এবছুৰ সদ্য প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ

অৱশেষত সক্ৰিয় ৰাজনীতিলৈ আহিল  এবছুৰ সদ্য প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো

অৱশেষত সক্ৰিয় ৰাজনীতিলৈ আহিল  এবছুৰ সদ্য প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো

অৱশেষত সক্ৰিয় ৰাজনীতিলৈ আহিল  এবছুৰ সদ্য প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো

  • Share this:
অৱশেষত সক্ৰিয় ৰাজনীতিলৈ আহিল  এবছুৰ সদ্য প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো। সমাগত BTC নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত UPPLত যোগদান কৰিলে প্ৰমোদ বড়োৱে। এডিএফ বিৰ চাৰিওটা গোটৰ নেতৃবৃন্দৰ ৰাজনৈতিক দল গঠনকলৈ চৰ্চা চলি থকাৰ মাজতে  প্ৰমোদ বড়োৰ UPPLত যোগদানে বিশেষ তাৎপৰ্যবহন কৰিছে।

প্ৰমোদ বড়ো সক্ৰিয় ৰাজনীতিলৈ অহাত যে BTC নিৰ্বাচনত বিশেষ প্ৰভাৱ পৰিব সেয়া নিশ্চিত।

শেহতীয়া বাতৰি