গোৱালপাৰাৰ টিয়াপাৰা চৰত ভটভটী দুৰ্ঘটনা, এজনৰ মৃত্যু

সন্ধানহীন হৈ আছে আব্দুল মুন্নাফ নামৰ লোকজন।

news18assam
Updated:July 11, 2019, 10:32 PM IST
গোৱালপাৰাৰ টিয়াপাৰা চৰত ভটভটী দুৰ্ঘটনা, এজনৰ মৃত্যু
সন্ধানহীন হৈ আছে আব্দুল মুন্নাফ নামৰ লোকজন।
news18assam
Updated: July 11, 2019, 10:32 PM IST
গোৱালপাৰাৰ টিয়াপাৰা চৰত ভটভটী দুৰ্ঘটনা। চালি ভাঙি ব্ৰহ্মপুত্ৰত পৰিল তিনিজন যাত্ৰী। ইয়াৰে এজন লোকৰ মৃত্যু হোৱাৰ লগতে সন্ধানহীন হৈ আছে এজন। কথমপি ৰক্ষা পৰে লুইতত পৰা আনজন যাত্ৰী। মৃত লোকজনৰ নাম নুৰু শ্বেখ বুলি জানিব পৰা গৈছে। সন্ধানহীন হৈ আছে আব্দুল মুন্নাফ নামৰ লোকজন।
আৰু চাওক পৰৱৰ্তী বাতৰি