உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Boat Accident in Dibrugarh : ডিব্ৰুগড়ৰ চাবুৱা ৰহমৰীয়াত নাও দুৰ্ঘটনা, ব্ৰহ্মপুত্ৰত সন্ধানহীন ৪গৰাকী

    Boat Accident in Dibrugarh : ডিব্ৰুগড়ৰ চাবুৱা ৰহমৰীয়াত নাও দুৰ্ঘটনা, ব্ৰহ্মপুত্ৰত সন্ধানহীন ৪গৰাকী

    File Photo

    File Photo

    নাওখনত আছিল মুঠ ৯জন লোক।

    • Share this:
    ডিব্ৰুগড়ৰ চাবুৱা ৰহমৰীয়াত ব্ৰহ্মপুত্ৰত নাও দুৰ্ঘটনা। মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন ৪জন লোক। সন্ধানহীন  লোককেইগৰাকী হৈছে শংকৰ যাদৱ, চংকুৰ কুমী, ধমেন দাস, কিষণ যাদৱ ।

    নাওখনত আছিল মুঠ ৯জন লোক। ৰহমৰীয়া মৌমাৰি ঘাটৰ পৰা বালিজান ঘাটলৈ আহিছিল লোককেইজন। কিন্তু প্ৰবল সোঁতত পৰি নাওখন দুৰ্ঘটনাগ্ৰস্ত হয়। বৰ্তমান ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে (Boat Accident in Dibrugarh)।

    ইফালে দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হয় ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়া।
    Published by:Gautam Barman
    First published: