உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অক্ষয় বন্তিত তেল ঢালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আশীৰ্বাদ প্ৰদান কৰিলে ঢেকীয়াখোৱা বৰনামঘৰে

    অক্ষয় বন্তিত তেল ঢালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আশীৰ্বাদ প্ৰদান কৰিলে ঢেকীয়াখোৱা বৰনামঘৰে

    লগতে প্ৰতিটো সমষ্টিক প্ৰতিনিধিত্ব কৰা প্ৰত্যেকগৰাকী বিধায়কলৈ আশিস নিৰ্মালী প্ৰদান কৰে ঢেকীয়াখোৱা বৰ নামঘৰে।

    • Share this:
    নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আশীৰ্বাদ প্ৰদান ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ। পুৱাই গুৰুজনাই জ্বলাই যোৱা অক্ষয় বন্তিত তেল ঢালি আশীৰ্বাদ প্ৰদান কৰে নৱনিযুক্ত মুখ্যমন্ত্ৰীগৰাকীলৈ। লগতে প্ৰতিটো সমষ্টিক প্ৰতিনিধিত্ব কৰা প্ৰত্যেকগৰাকী বিধায়কলৈ আশিস নিৰ্মালী প্ৰদান কৰে ঢেকীয়াখোৱা বৰ নামঘৰে।

    উল্লেখ্য যে ড০ হিমন্ত বিশ্ব শৰ্মাই ঢেকীয়াখোৱা নামঘৰলৈ প্ৰতি বৰছৰে আহি দেশ–জাতিৰ মংগলাৰ্থে সেৱা ধৰে। নামঘৰৰ কৰ্তৃপক্ষৰ আশা, দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ উন্নয়নত লহৰ উঠিব।
    Published by:Sanjay Kumar Das
    First published: