உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • সোণাৰিৰ সাপেখাতীত পুৱতিনিশা ভয়ংকৰ বিস্ফোৰণ, কি হ’ল বিস্ফোৰণত?

    সোণাৰিৰ সাপেখাতীত পুৱতিনিশা ভয়ংকৰ বিস্ফোৰণ, কি হ’ল বিস্ফোৰণত?

    ঘটনাস্থলীত সেনা–আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

    ঘটনাস্থলীত সেনা–আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

    ঘটনাস্থলীত সেনা–আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

    • Share this:
    সোণাৰিৰ সাপেখাতীত ভয়ংকৰ বিস্ফোৰণ। সাপেখাতী চাৰিআলিৰ সমীপত পুৱতি নিশা সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা। কানু পাল নামৰ লোকজনৰ দোকানৰ সন্মুখত বিস্ফোৰণ। বিস্ফোৰণৰ ফলত ধোদৰআলিত সৃষ্টি হ’ল প্ৰকাণ্ড গাঁতৰ। ঘটনাস্থলীত সেনা–আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
    Published by:Sanjay Kumar Das
    First published: