যোৰহাট নগৰৰ ৰজামৈদাম ৰোডত বিস্ফোৰণ, চাৰিজন আহত

বিস্ফোৰণত চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে ।

News18-Assam
Updated:July 25, 2019, 4:29 PM IST
যোৰহাট নগৰৰ ৰজামৈদাম ৰোডত বিস্ফোৰণ,  চাৰিজন আহত
বিস্ফোৰণত চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে ।
News18-Assam
Updated: July 25, 2019, 4:29 PM IST
যোৰহাট নগৰৰ ৰজামৈদাম ৰোডত থকা এটা কাৱাৰীৰ ডেম্পত বিস্ফোৰণ। বিস্ফোৰণত চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে । পেলনীয়া সামগ্ৰীৰ দ’মটোত চিলিণ্ডাৰ জাতীয় সামগ্ৰী বিস্ফোৰিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
আৰু চাওক পৰৱৰ্তী বাতৰি