জামুগুৰিহাটৰ মৰিসুঁতিত প্ৰচণ্ড বিস্ফোৰণ, আহত দুজন

ঘটনাস্থলীত উপস্থিত হৈছে শীৰ্ষ আৰক্ষী বিষয়াৰ দল।

News18-Assam
Updated:August 11, 2019, 11:09 AM IST
জামুগুৰিহাটৰ মৰিসুঁতিত প্ৰচণ্ড বিস্ফোৰণ, আহত দুজন
ঘটনাস্থলীত উপস্থিত হৈছে শীৰ্ষ আৰক্ষী বিষয়াৰ দল।
News18-Assam
Updated: August 11, 2019, 11:09 AM IST
জামুগুৰিহাটৰ মৰিসুঁতিত প্ৰচণ্ড বিস্ফোৰণ। মৰিসুঁতি বজাৰৰ সমীপৰ পথৰ দাঁতিত সংঘটিত হয় এই বিস্ফোৰণ। জাৱৰৰ দ’মত সংঘটিত বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে গাঁওৰক্ষী বাহিনীৰ দুজন সম্পাদক। ঘটনাস্থলীত উপস্থিত হৈছে শীৰ্ষ আৰক্ষী বিষয়াৰ দল। স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কূটাঘাতৰ লক্ষ্যৰে কোনো উগ্ৰপন্থী সংগঠনে বোমা সংস্থাপন কৰাৰ সন্দেহ কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি