
এখন আসনত বিজয় সাব্যস্ত কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে।
এখন আসনত বিজয় সাব্যস্ত কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে।
দেউৰী স্বায়ত্তশাসিত পৰিষদ বিজেপিৰ দখলত। যোৱা ৮ নৱেম্বৰত ২২টা পৰিষদীয় সমষ্টিৰ ভোটদানৰ পিছত আজি ভোটগণনাৰ দিনা বিজেপি মিত্ৰজোঁটে লাভ কৰে ১২খন আসন।
আনহাতে, বিৰোধী দল কংগ্ৰেছে দখল কৰে ২খন আসন। ইয়াৰ বিপৰীতে স্বায়ত্তশাসিত পৰিষদৰ স্থানীয় দল জেপিপিয়ে লাভ কৰিলে ৭খন আসন। এখন আসনত বিজয় সাব্যস্ত কৰে নিৰ্দলীয় প্ৰাৰ্থীয়ে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|