• Home
  • »
  • News
  • »
  • assam
  • »
  • BJP Worker Murder Case : বিজেপিৰ ৱাৰ্ডৰ মেম্বাৰক ঘপিয়াই হত্যা, বিশ্বনাথৰ ইটাখোলাত চাঞ্চল্য

BJP Worker Murder Case : বিজেপিৰ ৱাৰ্ডৰ মেম্বাৰক ঘপিয়াই হত্যা, বিশ্বনাথৰ ইটাখোলাত চাঞ্চল্য

শান্তিপুৰ গাঁৱৰ এটা পুখুৰী পাৰত যুৱকজনক আজি সন্ধিয়া নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায়

শান্তিপুৰ গাঁৱৰ এটা পুখুৰী পাৰত যুৱকজনক আজি সন্ধিয়া নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায়

শান্তিপুৰ গাঁৱৰ এটা পুখুৰী পাৰত যুৱকজনক আজি সন্ধিয়া নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায়

  • Share this:
বিশ্বনাথৰ ইটাখোলাত বিজেপি কৰ্মীক হত্যা ৷ উত্তৰ নাগশংকৰ পঞ্চায়তৰ ২নং ৱাৰ্ডৰ মেম্বাৰক ঘপিয়াই হত্যা ৷ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ২নং ইটাখোলাৰ শান্তিপুৰ গাঁৱৰ এটা পুখুৰী পাৰত যুৱকজনক আজি সন্ধিয়া নৃশংসভাৱে হত্যা কৰি পেলাই থোৱা ঘটনাই সমগ্ৰ ইটাখোলাত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

জানিব পৰা মতে, গাঁওখনৰে যুৱক তথা বাৰ্ড সদস্য জানমণি বৰাক (৪৮) কোনো হত্যাকাৰীয়ে চোকা অস্ত্ৰৰে উপৰ্যুপৰি প্ৰহাৰ কৰি নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি