• Home
  • »
  • News
  • »
  • assam
  • »
  • মই জীয়াই থকালৈ অসমত AIUDF চৰকাৰ হ’ব নিদিও, ৰাজ্যসভাৰ দুয়োখন আসনত জিকিম : ভৱেশ কলিতা

মই জীয়াই থকালৈ অসমত AIUDF চৰকাৰ হ’ব নিদিও, ৰাজ্যসভাৰ দুয়োখন আসনত জিকিম : ভৱেশ কলিতা

‘‘অগপৰ সৈতে মিত্ৰতাৰে GMC নিৰ্বাচন খেলিম। মূল্যবৃদ্ধি সাম্প্ৰতিক পৰিস্থিতিৰ বাবে হৈছে। আকৌ কমি যাব। আমিও গ্ৰাহক হিচাপে অনুভব কৰিছো।’’ – ক’লে কলিতাই।

  • Share this:
‘‘মই জীয়াই থকালৈ অসমত AIUDF চৰকাৰ হ’ব নিদিও। ৰাজ্যসভাৰ নিৰ্বাচনত শাসক পক্ষৰ দুয়োখনতে জয় নিশ্চিত।’’ – এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।

ভৱেশ কলিতাই কয়, বিৰোধীয়ে ভোট দিলেও বিধয়ক পদ খাৰিজ নহয় বুলি অধ্যক্ষই কৈছে। অধ্যক্ষই কেতিয়াও পক্ষপাতিত্ব কৰা নাই, এয়া বিৰোধীৰ ভিত্তিহীন অভিযোগ। হুইপ জাৰি কৰিব নালাগে বিজেপিয়ে। পৌৰ নিৰ্বাচনত ৬০টাতে আমাৰ মিত্ৰজোটৰ জয় হ’ব, কংগ্ৰেছ হাৰিব।

‘‘অগপৰ সৈতে মিত্ৰতাৰে GMC নিৰ্বাচন খেলিম। মূল্যবৃদ্ধি সাম্প্ৰতিক পৰিস্থিতিৰ বাবে হৈছে। আকৌ কমি যাব। আমিও গ্ৰাহক হিচাপে অনুভব কৰিছো।’’ – ক’লে কলিতাই।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি