• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘বিজেপিলৈ আহিব বিভিন্ন দলৰ কেইবাজনো বিধায়ক, আহিব কেইবাটাও সংগঠনৰ নেতৃবৃন্দ’

‘বিজেপিলৈ আহিব বিভিন্ন দলৰ কেইবাজনো বিধায়ক, আহিব কেইবাটাও সংগঠনৰ নেতৃবৃন্দ’

কংগ্ৰেছক কটাক্ষ কৰি ভৱেশ কলিতাই কয়, ‘‘দুৰ্নীতি-ভ্ৰষ্টাচাৰে শেষ কৰিলে কংগ্ৰেছ দলক। কংগ্ৰেছ এতিয়া পশ্চিম আকাশত। কংগ্ৰেছ দল অনাগত ২৫ বছৰলৈ বাহিৰত থাকিব লাগিব।’’

  • Share this:
‘‘বিজেপিলৈ আহিব বিভিন্ন দলৰ কেইবাজনো বিধায়ক। লগতে আহিব কেইবাটাও সংগঠনৰ নেতৃবৃন্দ। ছেপ্টেম্বৰত মহাযোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।’’ – ৰঙিয়াত বিস্ফোৰক মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।

কংগ্ৰেছক কটাক্ষ কৰি ভৱেশ কলিতাই কয়, ‘‘দুৰ্নীতি-ভ্ৰষ্টাচাৰে শেষ কৰিলে কংগ্ৰেছ দলক। কংগ্ৰেছ এতিয়া পশ্চিম আকাশত। কংগ্ৰেছ দল অনাগত ২৫ বছৰলৈ বাহিৰত থাকিব লাগিব। লোকসভা নিৰ্বাচনত আটাইকেইটা সমষ্টিতে দলে প্ৰতিদ্বন্দ্বিতা কৰিব। ১২ প্লাছত জয়ী হ’ব মিত্ৰজোঁট।’’, ৰঙিয়াত যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰাৰ পিছত এই মন্তব্য সভাপতি ভৱেশ কলিতাৰ।
Published by:Sanjay Kumar Das
First published: