উপ–নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে চূড়ান্ত প্ৰাৰ্থী তালিকা

চাৰিওটা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে শাসকীয় বিজেপি দলে।

News18-Assam
Updated:September 29, 2019, 2:47 PM IST
উপ–নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে চূড়ান্ত প্ৰাৰ্থী তালিকা
চাৰিওটা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে শাসকীয় বিজেপি দলে।
News18-Assam
Updated: September 29, 2019, 2:47 PM IST
উপ–নিৰ্বাচনৰ বাবে বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ। চাৰিওটা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে শাসকীয় বিজেপি দলে। ৰাতাবাৰী সমষ্টিত বিজয় মালাকাৰক প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে। জনিয়াত তৌফিকুৰ ৰহমানক প্ৰাৰ্থিত্ব প্ৰদান। ৰঙাপৰা সমষ্টিৰ প্ৰাৰ্থী হ’ব ৰাজেন বৰঠাকুৰ। আনহাতে, সোণাৰি সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিলে নৱনীতা সন্দিকৈ। ২১ অক্টোবৰত হ’ব অসমৰ চাৰিটা সমষ্টিৰ উপ–নিৰ্বাচন।



 


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি