ৰঙাপাৰা সমষ্টিত বিজেপিৰ ৰাজেন বৰঠাকুৰৰ বৃহৎ জয়; সোণাৰি, ৰাতাবাৰীতো অগ্ৰগতি বিজেপিৰ

৫০,১৫৪ টা ভোটৰ ব্যৱধানত জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰ, মুখ থেকেচা কংগ্ৰেছৰ

News18-Assam
Updated:October 24, 2019, 2:16 PM IST
ৰঙাপাৰা সমষ্টিত বিজেপিৰ ৰাজেন বৰঠাকুৰৰ বৃহৎ জয়; সোণাৰি, ৰাতাবাৰীতো অগ্ৰগতি বিজেপিৰ
৫০,১৫৪ টা ভোটৰ ব্যৱধানত জয়ী হৈছে বিজেপিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰ, মুখ থেকেচা কংগ্ৰেছৰ
News18-Assam
Updated: October 24, 2019, 2:16 PM IST
ৰাজ্যৰ চাৰি বিধানসভা সমষ্টিত হৈ যোৱা নিৰ্বাচনৰ ভোটগণনা চলি আছে। চাৰিটা সমষ্টিৰ ভিতৰত ৰঙাপাৰাত বিজেপিৰ প্ৰাৰ্থী ৰাজেন বৰঠাকুৰে কংগ্ৰেছ কাৰ্তিক কুৰ্মীক ৫০,১৫৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ৰ হাঁহি মাৰিছে।

বৰ্তমানো ভোটগণনা চলি থকা সোণাৰি আৰু ৰাতাবাৰীত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে। সেইদৰে  জনীয়া সমষ্টিত AIUDf ৰ প্ৰাৰ্থীয়ে আগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।  বিগত লোকসভা নিৰ্বাচনৰ পিছত আকৌ এবাৰ কংগ্ৰেছ দলে মুখ থেকেচা খাইছে ৰাজ্যৰ উপ নিৰ্বাচনত।
আৰু চাওক পৰৱৰ্তী বাতৰি