আজি কেন্দ্ৰীয় কেবিনেট সম্প্ৰসাৰণত ৪৩ জন নেতাই শপত গ্ৰহণ কৰিব। ইয়াৰ ভিতৰত আছে সৰ্বানন্দ সোণোৱাল, জ্যোতিৰাদিত্য সিন্ধিয়া, পশুপতি কুমাৰ পাৰস, ভূপেন্দ্ৰ যাদৱ... মোডী কেবিনেট সম্প্ৰসাৰণৰ তালিকা আহিছে। তালিকা অনুসৰি, আজি কেন্দ্ৰীয় কেবিনেট সম্প্ৰসাৰণত ৪৩ জন নেতাই শপত গ্ৰহণ কৰিব। ইয়াৰ ভিতৰত আছে সৰ্বানন্দ সোণোৱাল, জ্যোতিৰাদিত্য সিন্ধিয়া, পশুপতি কুমাৰ পাৰস, ভূপেন্দ্ৰ যাদৱ, অনুপ্ৰিয়া পেটেল, শোভা কৰন্দলাজে, মীনাক্ষী লেখি, অজয় ভট্ট, অনুৰাগ ঠাকুৰ। সন্ধিয়া ৬ বজাত মন্ত্ৰীসভাত যোগদান কৰা নতুন মন্ত্ৰীসকলৰ বাবে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। এক দৃষ্টিত সম্পূৰ্ণ তালিকাখন চাওক...
১. শ্ৰী নাৰায়ণ ৰাণে
২. শ্ৰী সৰ্বানন্দ সোণোৱাল
৩ ড০ বীৰেন্দ্ৰ কুমাৰ
৪. শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া
৫. শ্ৰী ৰামচন্দ্ৰ প্ৰসাদ সিং
৬. শ্ৰী অশ্বিনী বৈষ্ণৱ
৭. শ্ৰী পশু পতি কুমাৰ পাৰস
৮. শ্ৰী কিৰেন ৰিজিজু
৯. শ্ৰী ৰাজ কুমাৰ সিং
১০. শ্ৰী হৰদীপ সিং পুৰী
১১. শ্ৰী মনসুখ মাণ্ডৱিয়া
১২. শ্ৰী ভূপেন্দৰ যাদৱ
১৩. শ্ৰী পৰশত্তম ৰূপালা
১৪. শ্ৰী জি কিষাণ ৰেড্ডী
১৫. শ্ৰী অনুৰাগ সিং ঠাকুৰ
১৬. শ্ৰী পংকজ চৌধুৰী
১৭.শ্ৰীমতী অনুপ্ৰিয়া সিং পেটেল
১৮. ড. সত্য পাল সিং বাঘেল
১৯. শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ
২০. সুশ্ৰী শোভা কাৰান্দলাজে
২১. শ্ৰী ভানু প্ৰতাপ সিং বাৰ্মা
২২. শ্ৰীমতী দৰ্শনা বিক্ৰম জাৰ্দোশ
২৩.শ্ৰীমতী মীনাক্ষী লেখি
২৪. শ্ৰীমতী অন্নপূৰ্ণা দেৱী
২৫. শ্ৰী এ. নাৰায়ণস্বামী
২৬. শ্ৰী কৌশল কিশোৰ
২৭. শ্ৰী অজয় ভট্ট
২৮. শ্ৰী বি. এল. বাৰ্মা
২৯. শ্ৰী অজয় কুমাৰ
৩০. শ্ৰী চৌহান দেৱুসিংহ
৩১. শ্ৰী ভগৱন্ত খুবা
৩২. শ্ৰী কপিল মৰেশ্বৰ পাটিল
৩৩. শ্ৰী প্ৰতিমা ভৌমিক
৩৪. ডঃ সুভাষ সৰকাৰ
৩৫. ডঃ ভাগৱত কিষাণৰাও কাৰাড
৩৬. ডঃ ৰাজকুমাৰ ৰঞ্জন সিং
৩৭. ডঃ ভাৰতী প্ৰবীণ পাৱাৰ
3৮. শ্ৰী বিশ্বেশ্বৰ টুডু
৩৯. শ্ৰী শান্তনু ঠাকুৰ
৪০. ড. মুঞ্জাপাৰা মহেন্দ্ৰভাই
৪১. শ্ৰী জন বৰলা
৪২. ড. এল. মুৰুগান
৪৩. শ্ৰী নিচিথ প্ৰমানিক
Published by: Kokil Sarma
First published: July 07, 2021, 16:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|