২০২১ৰ নিৰ্বাচৰ বাবে এতিয়া তত্পৰ হৈছে বিজেপি। অসমলৈ আহিছে ইজনৰ পিছত সিজন শীৰ্ষ নেতা। সময়ে সময়ে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে আয়োজন কৰিছে বিশাল জনসভাৰ। সেইদৰে ঘোষণা কৰা হৈছে ইখনৰ পিছত সিখন অভিলাসী আঁচনি। তাৰ মাজতে অহা ১১ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 08, 2021, 13:44 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।