• Home
  • »
  • News
  • »
  • assam
  • »
  • এবাৰ নহয়, ১০০বাৰ কম, বিহু এটা হিন্দু পৰ্ব, মুছলমানসকল কেৱল অতিথিঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য

এবাৰ নহয়, ১০০বাৰ কম, বিহু এটা হিন্দু পৰ্ব, মুছলমানসকল কেৱল অতিথিঃ সিদ্ধাৰ্থ ভট্টাচাৰ্য

বিহুকলৈ প্ৰাক্তন মন্ত্ৰী তথা পূৱ গুৱাহাটী বিধানসভা সমষ্টিত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিতৰ্কিত মন্তব্য।

  • Share this:
বিহুকলৈ প্ৰাক্তন মন্ত্ৰী তথা পূৱ গুৱাহাটী বিধানসভা সমষ্টিত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিতৰ্কিত মন্তব্য। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটধিকাৰ সাব্যস্ত কৰি বিতৰ্কিত মন্তব্য কৰে বিধায়কগৰাকীয়ে। বিধায়ক ভট্টাচাৰ্যৰ মতে, বিহু এটা হিন্দু পৰ্ব। মুছলমানসকল অতিথিহে।

সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে, 'হনুমান জয়ন্তীৰ লগত যদি বিহু পতাত আপত্তি আছে তেন্তে ঈদৰ লগত পতাতো কিমান সমীচিন? যেনেদৰে আমি ইফতাৰত অতিথি, তেনেকৈ বিহুতো মুছলমানসকল অতিথি। খ্ৰীষ্টমাচত আমি যাও কাৰণে আমি খ্ৰীষ্টান নেকি? এবাৰ নহয় ১০০বাৰ কম বিহু হিন্দু পৰ্ব। যদি হিন্দু পৰ্ব নহয়েই তেন্তে বিহুত কিয় হৰি, ৰামৰ নাম লোৱা হয়?'
Published by:Himangshu Bhuyan
First published: