মুখ্যপৃষ্ঠা »খবৰ »অসম »‘NRC–এ অসমীয়া জাতিক ধ্বংস কৰিব, বাংলাদেশী মুছলমানৰ নাম থকা এখন NRC প্ৰকাশ পাব’

‘NRC–এ অসমীয়া জাতিক ধ্বংস কৰিব, বাংলাদেশী মুছলমানৰ নাম থকা এখন NRC প্ৰকাশ পাব’

নৱেম্বৰৰ পৰা NRCৰ বিৰুদ্ধে মহা আন্দোলন হ’ব বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে।

নৱেম্বৰৰ পৰা NRCৰ বিৰুদ্ধে মহা আন্দোলন হ’ব বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে।

নৱেম্বৰৰ পৰা NRCৰ বিৰুদ্ধে মহা আন্দোলন হ’ব বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে।

  • Share this:
    ৰাজু বৰুৱা : পুনৰ NRCক লৈ বিস্ফোৰক মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ। সংবাদমেল পাতি বিধায়কজনে কয় – ‘বাংলাদেশী মুছলমানৰ নাম থকা এখন NRC প্ৰকাশ হ’বলৈ গৈ আছে। অসমীয়া জাতিক ধ্বংস কৰিব এই NRC–এ। হোজাইৰ বিধায়কজনে কয় যে মদন মল্লিক নামৰ এজন শ্বহীদৰ পৰিয়াললৈ বিদেশীৰ জাননী আহিছে।’

    আছুৱে ৮৫৫জন শ্বহীদৰ কথা কয়, কিন্তু শ্বহীদক অপমান কৰাৰ সময়ত আছুৱে মিঠাই খাই আছে বুলিও মন্তব্য কৰে হোজাইৰ বিধায়কজনে। আমছুক কটাক্ষ কৰি শিলাদিত্য দেৱে কয় যে আমছুৱে কিয় এজনো বিদেশী মুছলমান চিনাক্ত কৰি দিব পৰা নাই। নৱেম্বৰৰ পৰা মহা আন্দোলন হ’ব NRCৰ বিৰুদ্ধে। বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হোৱা এই NRCৰ সকলো কাম বন্ধ কৰি দিব লাগে বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে।

    শেহতীয়া বাতৰি