உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘হাগ্ৰামাৰ চিলিণ্ডাৰত গেছ নাই! পৰিত্যক্ত চিলিণ্ডাৰত পৰিণত হৈছে বিপিএফ’- বিটিআৰৰ পৰিষদ দখলৰ পিছতেই দুৰ্নীতিৰ তদন্ত কৰিব বিজেপিয়ে

    ‘হাগ্ৰামাৰ চিলিণ্ডাৰত গেছ নাই! পৰিত্যক্ত চিলিণ্ডাৰত পৰিণত হৈছে বিপিএফ’- বিটিআৰৰ পৰিষদ দখলৰ পিছতেই দুৰ্নীতিৰ তদন্ত কৰিব বিজেপিয়ে

    বিটিআৰৰ পৰিষদ দখলৰ পিছতেই দুৰ্নীতিৰ তদন্ত কৰিব বিজেপিয়ে

    বিটিআৰৰ পৰিষদ দখলৰ পিছতেই দুৰ্নীতিৰ তদন্ত কৰিব বিজেপিয়ে

    বিটিআৰৰ পৰিষদ দখলৰ পিছতেই দুৰ্নীতিৰ তদন্ত কৰিব বিজেপিয়ে

    • Share this:
    বিটিচিত বিগত দিনত ভয়াৱহ দুৰ্নীতি সংঘটিত হৈছে। বিটিআৰত পৰিষদ গঠন কৰিয়েই এই দুৰ্নীতিৰ তদন্ত কৰিব বিজেপিয়ে। নিউজ১৮ক এই কথা জনাই বিজেপি বিধায়ক ডা: নোমল মমিনে। মিত্ৰ দল বিপিএফকো কঠোৰ ভাষাৰে সমালোচনা কৰে বিজেপি নেতাগৰাকীয়ে। বিপিএফৰ অক্সিজেন লৈ বিজেপি চৰকাৰ বৰ্তী আছে বুলি শনিবাৰে মন্তব্য আগবঢ়াইছিল বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে।

    হাগ্ৰামাৰ তেনে মন্তব্যক উভতি ধৰি বিজেপি নেতাজনে কয় যে, ‘অক্সিজেন বিহীন চিলিণ্ডাৰত পৰিণত হৈছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল। হাগ্ৰামাৰ চিলিণ্ডাৰত গেছেই নাই।’ নোমল মমিনৰ লগতে বিটিআৰত বিজেপিয়ে পৰিষদ গঠন কৰাৰ পিছতে সংঘটিত হোৱা এহাজাৰ কোটিৰ কেলেংকাৰীৰ তদন্ত হ’ব বুলিও জানিবলৈ দিয়ে।
    Published by:Himangshu Bhuyan
    First published: