মুখ্যপৃষ্ঠা »খবৰ »অসম »‘ভূপেন বৰাই নিজে কংগ্ৰেছক বেয়া কৰিছে, গাড্ডাৰ বিচাৰিলে অহা বিধানসভাত কংগ্ৰেছৰ এজনকো বিচাৰি নাপাব’

‘ভূপেন বৰাই নিজে কংগ্ৰেছক বেয়া কৰিছে, গাড্ডাৰ বিচাৰিলে অহা বিধানসভাত কংগ্ৰেছৰ এজনকো বিচাৰি নাপাব’

কমলপুৰৰ বিধায়কগৰাকীয়ে কয়,  ‘‘ভূপেন বৰাই নিজে কংগ্ৰেছক বেয়া কৰিছে৷ আমাৰ ভালেই হৈছে৷ কংগ্ৰেছ শূন্য কৰাৰ আমাৰ টাৰ্গেটক ভূপেন বৰাই সহজ কৰি দিছে৷’’

  • Share this:
পুনৰ ভূপেন বৰাক কঠোৰ সমালোচনা বিজেপি বিধায়ক দিগন্ত কলিতাৰ। কমলপুৰৰ বিধায়কগৰাকীয়ে কয়,  ‘‘ভূপেন বৰাই নিজে কংগ্ৰেছক বেয়া কৰিছে৷ আমাৰ ভালেই হৈছে৷ কংগ্ৰেছ শূন্য কৰাৰ আমাৰ টাৰ্গেটক ভূপেন বৰাই সহজ কৰি দিছে৷’’

‘‘ভূপেন বৰা দিল্লীত বহি আছে৷ কিন্তু মই জনাত ৰাহুল গান্ধীয়ে তেওঁক এপইণ্টমেণ্টে দিয়া নাই৷ গাড্ডাৰ বিচাৰি হুলস্থূল কৰি আছিল৷ এতিয়া বিষয়টোৰ পৰা লাহে লাহে আঁতৰিছে বৰা৷ গাড্ডাৰক বিচাৰিলে অহা বিধানসভাত কংগ্ৰেছৰ এজনকো বিচাৰি নাপাব৷ ভূপেন বৰা সভাপতি হৈ থকালৈকে আমাৰেই লাভ৷’’ – ক’লে বিধায়কগৰাকীয়ে।

শেহতীয়া বাতৰি