বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / ৰাজ্যত স্বাভাৱিক হাৰত মূল্যবৃদ্ধি ! ২০১৬ ৰ তুলনাত এতিয়া হাতীগাঁৱত ৰৈ থকা দিন হাজিৰা কৰা লোকৰ মজুৰি বৃদ্ধি পাইছে: ৰঞ্জিত দাস

ৰাজ্যত স্বাভাৱিক হাৰত মূল্যবৃদ্ধি ! ২০১৬ ৰ তুলনাত এতিয়া হাতীগাঁৱত ৰৈ থকা দিন হাজিৰা কৰা লোকৰ মজুৰি বৃদ্ধি পাইছে: ৰঞ্জিত দাস

ৰাজ্যত স্বাভাৱিক হাৰত মূল্যবৃদ্ধি ! ২০১৬ ৰ তুলনাত এতিয়া হাতীগাঁৱত ৰৈ থকা দিন হাজিৰা কৰা লোকৰ মজুৰি বৃদ্ধি পাইছে: ৰঞ্জিত দাস

ৰন্ধন গেছৰ মূল্যৰ ONGCৰ ওপৰত নিৰ্ভৰশীল ৷ ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰে ৷

  • News18 Assam Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

অসমত অস্বাভাৱিক হাৰত বৃদ্ধি হোৱা নাই খাদ্য সামগ্ৰীৰ মূল্য ৷ অসমত স্বাভাৱিক হাৰত বৃদ্ধি সামগ্ৰীৰ মূল্য ৷ চাহিদা যোগান অনুপাতে বজাৰত সামগ্ৰীৰ দৰ নিৰ্ণয় ৷ ২০১৬ তুলনাত স্বাভাৱিক হাৰত বৃদ্ধি পাইছে শ্ৰমিক, কৰ্মচাৰীৰ আয় ৷ শ্ৰমিক, কৰ্মচাৰীৰ আয় বৃদ্ধি সমান্তৰালকৈ বজাৰত বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য ৷

শ্ৰমিক, কৰ্মচাৰীৰ আয় বৃদ্ধি বিপৰীতে বৰ্তমানৰ বজাৰৰ মূল্য কোনো কাৰণত অস্বাভাৱিক নহয় বুলি দাবী খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ ৷ বহিঃৰাজ্যৰ তুলনাত অসম কম খাদ্য সামগ্ৰীৰ দৰ ৷ যদিওৱা ৰন্ধন গেছৰ মূল্যৰ ONGCৰ ওপৰত নিৰ্ভৰ বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ কোভিড সৃষ্ট পৰিবেশৰ পিছত বৰ্তমানৰ বজাৰ মূল্য বৃদ্ধিক লৈ যি সময়ত চৰকাৰে জনতাক হাৰাশাস্তি চলোৱাৰ অভিযোগ বিৰোধী তথা সাধাৰণ জনতাৰ ৷ তেনে সময়ত অসামৰিক যোগান মন্ত্ৰীৰ এনে মন্তব্য কিমান গ্ৰহণযোগ্য ৷

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন