ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক ৰাজপথত আক্ৰমণ!

News18 Assam | News18-Assam
Updated:June 28, 2020, 8:42 PM IST
ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক ৰাজপথত আক্ৰমণ!
মৰাণৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে নিজা গাড়ীৰে আহি থকা অৱস্থাত  কাজিৰঙাৰ কাঞ্চনজুৰি এলেকাত আক্ৰমণ কৰাৰ অভিযোগ সত্যৰঞ্জন বৰাৰ।

মৰাণৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে নিজা গাড়ীৰে আহি থকা অৱস্থাত  কাজিৰঙাৰ কাঞ্চনজুৰি এলেকাত আক্ৰমণ কৰাৰ অভিযোগ সত্যৰঞ্জন বৰাৰ।

  • Share this:
ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক ৰাজপথত আক্ৰমণৰ অভিযোগ। মৰাণৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে নিজা গাড়ীৰে আহি থকা অৱস্থাত  কাজিৰঙাৰ কাঞ্চনজুৰি এলেকাত আক্ৰমণ কৰাৰ অভিযোগ সত্যৰঞ্জন বৰাৰ। তিনিজনীয়া দুৰ্বৃত্তৰ দলে সত্যৰঞ্জন বৰাৰ বাহনত আক্ৰমণ কৰাৰ লগতে শাৰীৰিকভাৱেও অপদস্থ কৰাা অভিযোগ। জখলাবন্ধা আৰক্ষী নিৱেশত অভিযোগ দাখিল কৰিছে বিজেপি নেতাগৰাকীয়ে।
First published: June 28, 2020, 8:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading