
মহন্তক সমালোচনা কৰি গোস্বামীয়ে কয় যে সমষ্টিৰ মানুহেই প্ৰফুল্ল মহন্তৰ কথা নুশুনে।
মহন্তক সমালোচনা কৰি গোস্বামীয়ে কয় যে সমষ্টিৰ মানুহেই প্ৰফুল্ল মহন্তৰ কথা নুশুনে।
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অসমৰ ৰাজনীতিত কোনো প্ৰাসংগিকতা নাই। এই মন্তব্য কৰিছে বিজেপি নেতা জিতু গোস্বামীয়ে। মহন্তক সমালোচনা কৰি গোস্বামীয়ে কয় যে সমষ্টিৰ মানুহেই প্ৰফুল্ল মহন্তৰ কথা নুশুনে। আনহাতে, নগাঁও লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ পৰাজয়ক লৈ জিতু গোস্বামীয়ে কয় যে জিতু গোস্বামীৰ পৰাজয় অসমীয়াৰ পৰাজয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|