নাহৰকটীয়াত বিজেপি নেতাৰ অতৰ্কিতে গুলীচালনা শূন্যত
News18-Assam Updated:June 1, 2019, 12:38 PM IST

নাহৰকটীয়াৰ নগৰ সমিতিৰ চেয়াৰমেন মুকুট ৰাজকোঁৱৰে অতৰ্কিতে গুলীচালনা কৰে নাহৰকটীয়া নগৰ সমিতিৰ কাৰ্যালয়ৰ সন্মুখত।
নাহৰকটীয়াৰ নগৰ সমিতিৰ চেয়াৰমেন মুকুট ৰাজকোঁৱৰে অতৰ্কিতে গুলীচালনা কৰে নাহৰকটীয়া নগৰ সমিতিৰ কাৰ্যালয়ৰ সন্মুখত।
- News18 Assam
- Last Updated: June 1, 2019, 12:38 PM IST

নাহৰকটীয়াৰ বিজেপি টাউন মণ্ডলৰ সম্পাদক প্ৰীতম হাজৰিকাৰ নামত পঞ্জীয়নকৃত আছিল মুকুট ৰাজকোঁৱৰে চলোৱা পিষ্টলটো। অভিযোগকাৰী চিত্ত বৰাৰ অভিযোগত নাহৰকটীয়া থানাত এজাহাৰ দাখিল বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে। নাহৰকটীয়া থানাৰ আৰক্ষীয়ে পিষ্টলটো জব্দ কৰি ফৰেনচিকত প্ৰেৰণ কৰে।