অসমত বিজেপি মিত্ৰজোঁটৰ বৃহৎ অগ্ৰগতি, শূন্যৰ ঘৰত কংগ্ৰেছ

অসমৰ ১৪খন আসনৰ ১২খনতে বিজেপি আৰু সহযোগী দলৰ অগ্ৰগতি।

news18assam
Updated:May 23, 2019, 10:32 AM IST
অসমত বিজেপি মিত্ৰজোঁটৰ বৃহৎ অগ্ৰগতি, শূন্যৰ ঘৰত কংগ্ৰেছ
অসমৰ ১৪খন আসনৰ ১২খনতে বিজেপি আৰু সহযোগী দলৰ অগ্ৰগতি।
news18assam
Updated: May 23, 2019, 10:32 AM IST
অসমৰ ১৪খন আসনৰ ১২খনতে বিজেপি আৰু সহযোগী দলৰ অগ্ৰগতি। এখন আসনত অগ্ৰগতি লাভ কৰি আছে AIUDF–এ। কোকৰাঝাৰত আগবাঢ়ি আছে নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়া। গুৱাহাটীত কুইন ওজা, নগাঁৱত ৰূপক শৰ্মা, ডিফুত হৰেণ ছিং বে’, কৰিমগঞ্জত কৃপানাথ মাল্লা, মঙলদৈত দিলীপ শইকীয়া, বৰপেটাত অগপৰ কুমাৰ দীপক দাসৰ অগ্ৰগতি। আনহাতে, কলিয়াবৰত মণিমাধৱ মহন্ত, ডিব্ৰুগড়ত ৰামেশ্বৰ তেলী, তেজপুৰত পল্লৱ লোচন দাস আগবাঢ়ি আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি