• Home
  • »
  • News
  • »
  • assam
  • »
  • আজিৰে পৰা তিনিদিনীয়াকৈ কাজিৰঙাত চিন্তন বৈঠক, উপস্থিত থাকিব মিত্ৰজোঁটৰ সকলো বিধায়ক

আজিৰে পৰা তিনিদিনীয়াকৈ কাজিৰঙাত চিন্তন বৈঠক, উপস্থিত থাকিব মিত্ৰজোঁটৰ সকলো বিধায়ক

মিত্ৰজোঁটৰ সকলো বিধায়ক উপস্থিত থাকিব এই চিন্তন বৈঠকত। আজি আবেলি ২ বজাৰ পৰা আৰম্ভ হ’ব বৈঠক৷

মিত্ৰজোঁটৰ সকলো বিধায়ক উপস্থিত থাকিব এই চিন্তন বৈঠকত। আজি আবেলি ২ বজাৰ পৰা আৰম্ভ হ’ব বৈঠক৷

মিত্ৰজোঁটৰ সকলো বিধায়ক উপস্থিত থাকিব এই চিন্তন বৈঠকত। আজি আবেলি ২ বজাৰ পৰা আৰম্ভ হ’ব বৈঠক৷

  • Share this:
আজিৰে পৰা কাজিৰঙাত চিন্তন বৈঠক৷ তিনিদিনীয়াকৈ চলিব এই চিন্তন বৈঠক৷ এই বৈঠকৰ আয়োজন কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ মিত্ৰজোঁটৰ সকলো বিধায়ক উপস্থিত থাকিব এই চিন্তন বৈঠকত। আজি আবেলি ২ বজাৰ পৰা আৰম্ভ হ’ব বৈঠক৷ সধগুৰুৱে অংশগ্ৰহণ কৰিব আজিৰ আৰম্ভণিৰ অনুষ্ঠানত৷ ৩.৩০ বজাত ছেভ ছয়েল মুভমেণ্টৰ এক বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি