উপ নিৰ্বাচনৰ বাবে চাৰিটা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত বিজেপিৰ, আনুষ্ঠানিক ঘোষণাৰ অপেক্ষা

জল্পনা–কল্পনাৰ অৱসান ঘটাই চূড়ান্ত হ’ল শাসকীয় দলটোৰ তালিকা।

News18-Assam
Updated:September 27, 2019, 6:13 PM IST
উপ নিৰ্বাচনৰ বাবে চাৰিটা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত বিজেপিৰ, আনুষ্ঠানিক ঘোষণাৰ অপেক্ষা
জল্পনা–কল্পনাৰ অৱসান ঘটাই চূড়ান্ত হ’ল শাসকীয় দলটোৰ তালিকা।
News18-Assam
Updated: September 27, 2019, 6:13 PM IST
ৰাজু বৰুৱা, গুৱাহাটীঃ উপ নিৰ্বাচনৰ অসমৰ চাৰিটা সমষ্টিৰ কাৰণে বিজেপিয়ে চূড়ান্ত কৰিলে প্ৰাৰ্থী তালিকা। নিউজ18ৰ হাতত সৰ্বপ্ৰথম সেই তালিকা। এই তালিকা মতে সোণাৰিত নৱনীতা সন্দিকৈক প্ৰাৰ্থিত্ব দিয়া হৈছে, ৰঙাপৰাত ৰাজেন বৰঠাকুৰক দলীয় টিকট, ৰাতাবাৰীত বিজয় মালাকাৰক টিকট প্ৰদান আৰু
জনিয়াত মুজিবুৰ ৰহমান খানক বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে। অতি শীঘ্ৰেই বিজেপিয়ে আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি