• Home
  • »
  • News
  • »
  • assam
  • »
  • By Election, BJP Candidate : উপ নিৰ্বাচনৰ বাবে ৩ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, মাজুলীক লৈ তুংগত জল্পনা-কল্পনা

By Election, BJP Candidate : উপ নিৰ্বাচনৰ বাবে ৩ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, মাজুলীক লৈ তুংগত জল্পনা-কল্পনা

By Election, BJP Candidate : থাওৰা সমষ্টিত ৱিজেপিৰ প্ৰাৰ্থী হ'ব সুশান্ত বৰগোহাঁই। মৰিয়নি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব ৰূপজ্যোতি কুৰ্মী। ভৱানীপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব ফণীধৰ তালুকদাৰ।

  • Share this:
উপ নিৰ্বাচনৰ বাবে ৩ সমষ্টিত বিজেপি (BJP)য়ে আজি প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে। সেই অনুসৰি-

থাওৰা সমষ্টিত ৱিজেপিৰ প্ৰাৰ্থী হ'ব সুশান্ত বৰগোহাঁই (Sushanta Borgohain)।

মৰিয়নি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)।

ভৱানীপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব ফণীধৰ তালুকদাৰ (Phanidhar Talukdar)।

বিজেপিৰ প্ৰাৰ্থী তালিকা

উল্লেখ্য যে তিনিওজন প্ৰাৰ্থীয়েই সমষ্টিকেইটাত বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। ইয়াৰে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইয়ে কংগ্ৰেছ দল ত্যাগ কৰি আৰু ভৱানীপুৰৰ ফণীধৰ তালুকদাৰে AIUDF দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।

আনহাতে এতিয়াও মাজুলী (Majuli)ত উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই।
Published by:Manjumoni Borah
First published: