উল্লেখ্য যে তিনিওজন প্ৰাৰ্থীয়েই সমষ্টিকেইটাত বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল। ইয়াৰে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইয়ে কংগ্ৰেছ দল ত্যাগ কৰি আৰু ভৱানীপুৰৰ ফণীধৰ তালুকদাৰে AIUDF দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল।
আনহাতে এতিয়াও মাজুলী (Majuli)ত উপ নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই।