உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ৰাজ্যিক বিজেপিয়ে গঠন কৰিলে তিনিখনকৈ নতুন কমিটী,  ক’ৰ কমিটীত স্থান পালে ন-বিজেপি বিশ্বজিত্‍ দৈমাৰীয়ে

    ৰাজ্যিক বিজেপিয়ে গঠন কৰিলে তিনিখনকৈ নতুন কমিটী,  ক’ৰ কমিটীত স্থান পালে ন-বিজেপি বিশ্বজিত্‍ দৈমাৰীয়ে

    অসম প্ৰদেশ বিজেপিয়ে গঠন কৰিছে তিনিখনকৈ নতুন কমিটী ৷

    অসম প্ৰদেশ বিজেপিয়ে গঠন কৰিছে তিনিখনকৈ নতুন কমিটী ৷

    অসম প্ৰদেশ বিজেপিয়ে গঠন কৰিছে তিনিখনকৈ নতুন কমিটী ৷

    • Share this:
    অসম প্ৰদেশ বিজেপিয়ে গঠন কৰিছে তিনিখনকৈ নতুন কমিটী ৷ ক'ৰ কমিটীত এইবাৰ আছে চৈধ্যজন সদস্যৰ লগতে তিনিজন বিশেষ আমন্ত্ৰিত সদস্য ৷
    কোন কোন আছে কমিটী খনত?

    • ৰণজিত কুমাৰ দাস, সভাপতি অসম প্ৰদেশ বিজেপি।

    • সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী

    • ড৹ হিমন্ত বিশ্ব শৰ্মা,আহ্বায়ক, নেডা

    • দিলীপ শইকীয়া,ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক

    • ৰমেন ডেকা, প্ৰাক্তন ৰাজ্যিক সভাপতি

    • ৰাজেন গোঁহাই, প্ৰাক্তন ৰাজ্যিক সভাপতি

    • সিদ্ধাৰ্থ ভট্টাচাৰ্য,প্ৰাক্তন ৰাজ্যিক সভাপতি

    • কুইন ওজা, সাংসদ, লোকসভা

    • পৰিমল শুক্লবৈদ্য, মন্ত্ৰী

    • কামাখ্যা প্ৰসাদ তাছা, সাংসদ ৰাজ্যসভা

    • ডা৹ ৰাজদ্বীপ ৰয়, ৰাজ্যিক সাধাৰণ সম্পাদক

    • .বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ

    •  বিজয় গুপ্তা, প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য

    • ফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক


    ক'ৰ কমিটীত বিশেষ ভাৱে আমন্ত্ৰিত সদস্য

    • বৈজয়ন্ত জয় পাণ্ডা, ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসমৰ প্ৰভাৰী

    • পৱন শৰ্মা, সহঃপ্ৰভাৰী

    • অজয় জামোৱাল, উত্তৰ পূবৰ সাংগঠনিক সম্পাদক


    বিজেপিয়ে ঘোষণা কৰিলে নতুন নিৰ্বাচন কমিটী:

    • ৰণজিত কুমাৰ দাস, সভাপতি অসম প্ৰদেশ বিজেপি

    • সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী

    • ড৹ হিমন্ত বিশ্ব শৰ্মা,আহ্বায়ক নেডা

    • দিলীপ শইকীয়া,ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক

    • ৰামেশ্বৰ তেলী,কেন্দ্ৰীয় মন্ত্ৰী

    • চন্দ্ৰমোহন পাটোৱাৰী,মন্ত্ৰী

    • ৰঞ্জিত দত্ত, মন্ত্ৰী তথা প্ৰাক্তন ৰাজ্যিক সভাপতি

    • ডা৹ ৰাজদ্বীপ ৰয়, ৰাজ্যিক সাধাৰণ সম্পাদক

    • বিমল অশ্বৱাল, কাৰ্যনিৰ্বাহক সদস্য

    • বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ

    • পৰিমল শুক্লবৈদ্য, মন্ত্ৰী

    • ফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক

    • অপৰাজিতা ভূঞা, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী
      নিৰ্বাচন কমিটীত আমন্ত্ৰিত সদস্য

    • বৈজয়ন্ত জয় পাণ্ডা,ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসমৰ প্ৰভাৰী

    • পৱন শৰ্মা, সহঃপ্ৰভাৰী

    • অজয় জামোৱাল, উত্তৰ পূবৰ সাংগঠনিক সম্পাদক


    বিজেপিৰ অনুশাসন কমিটীত কোন কোন?

    • বিজয় গুপ্তা, সঞ্চালক

    • মিছন ৰঞ্জন দাস, সদস্য সচিব

    • বিজন মহাজন,সদস্য

    • শান্তনু ভৰালী,সদস্য

    • ধীৰা তালুকদাৰ, সদস্যা

    Published by:Himangshu Bhuyan
    First published: