অসম প্ৰদেশ বিজেপিয়ে গঠন কৰিছে তিনিখনকৈ নতুন কমিটী ৷
অসম প্ৰদেশ বিজেপিয়ে গঠন কৰিছে তিনিখনকৈ নতুন কমিটী ৷
অসম প্ৰদেশ বিজেপিয়ে গঠন কৰিছে তিনিখনকৈ নতুন কমিটী ৷ ক'ৰ কমিটীত এইবাৰ আছে চৈধ্যজন সদস্যৰ লগতে তিনিজন বিশেষ আমন্ত্ৰিত সদস্য ৷
কোন কোন আছে কমিটী খনত?
- ৰণজিত কুমাৰ দাস, সভাপতি অসম প্ৰদেশ বিজেপি।
- সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী
- ড৹ হিমন্ত বিশ্ব শৰ্মা,আহ্বায়ক, নেডা
- দিলীপ শইকীয়া,ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক
- ৰমেন ডেকা, প্ৰাক্তন ৰাজ্যিক সভাপতি
- ৰাজেন গোঁহাই, প্ৰাক্তন ৰাজ্যিক সভাপতি
- সিদ্ধাৰ্থ ভট্টাচাৰ্য,প্ৰাক্তন ৰাজ্যিক সভাপতি
- কুইন ওজা, সাংসদ, লোকসভা
- পৰিমল শুক্লবৈদ্য, মন্ত্ৰী
- কামাখ্যা প্ৰসাদ তাছা, সাংসদ ৰাজ্যসভা
- ডা৹ ৰাজদ্বীপ ৰয়, ৰাজ্যিক সাধাৰণ সম্পাদক
- .বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ
- বিজয় গুপ্তা, প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য
- ফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক
ক'ৰ কমিটীত বিশেষ ভাৱে আমন্ত্ৰিত সদস্য
- বৈজয়ন্ত জয় পাণ্ডা, ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসমৰ প্ৰভাৰী
- পৱন শৰ্মা, সহঃপ্ৰভাৰী
- অজয় জামোৱাল, উত্তৰ পূবৰ সাংগঠনিক সম্পাদক
বিজেপিয়ে ঘোষণা কৰিলে নতুন নিৰ্বাচন কমিটী:
- ৰণজিত কুমাৰ দাস, সভাপতি অসম প্ৰদেশ বিজেপি
- সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী
- ড৹ হিমন্ত বিশ্ব শৰ্মা,আহ্বায়ক নেডা
- দিলীপ শইকীয়া,ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক
- ৰামেশ্বৰ তেলী,কেন্দ্ৰীয় মন্ত্ৰী
- চন্দ্ৰমোহন পাটোৱাৰী,মন্ত্ৰী
- ৰঞ্জিত দত্ত, মন্ত্ৰী তথা প্ৰাক্তন ৰাজ্যিক সভাপতি
- ডা৹ ৰাজদ্বীপ ৰয়, ৰাজ্যিক সাধাৰণ সম্পাদক
- বিমল অশ্বৱাল, কাৰ্যনিৰ্বাহক সদস্য
- বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ
- পৰিমল শুক্লবৈদ্য, মন্ত্ৰী
- ফণীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক
- অপৰাজিতা ভূঞা, ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী
নিৰ্বাচন কমিটীত আমন্ত্ৰিত সদস্য
- বৈজয়ন্ত জয় পাণ্ডা,ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসমৰ প্ৰভাৰী
- পৱন শৰ্মা, সহঃপ্ৰভাৰী
- অজয় জামোৱাল, উত্তৰ পূবৰ সাংগঠনিক সম্পাদক
বিজেপিৰ অনুশাসন কমিটীত কোন কোন?
- বিজয় গুপ্তা, সঞ্চালক
- মিছন ৰঞ্জন দাস, সদস্য সচিব
- বিজন মহাজন,সদস্য
- শান্তনু ভৰালী,সদস্য
- ধীৰা তালুকদাৰ, সদস্যা
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|