Lok Sabha Election Result 2019 LIVE : তেজপুৰত ১৪ হাজাৰ ভোটত অগ্ৰগতি পল্লৱ লোচনৰ

ষষ্ঠ ৰাউণ্ডৰ অন্তত সমষ্টিটোত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস। এইপৰ্যন্ত ১৪,৪১৫টা ভোটত অগ্ৰগতি লাভ কৰি আছে পল্লৱ লোচন দাসে।

news18assam
Updated:May 23, 2019, 1:01 PM IST
Lok Sabha Election Result 2019 LIVE : তেজপুৰত ১৪ হাজাৰ ভোটত অগ্ৰগতি পল্লৱ লোচনৰ
ষষ্ঠ ৰাউণ্ডৰ অন্তত সমষ্টিটোত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস। এইপৰ্যন্ত ১৪,৪১৫টা ভোটত অগ্ৰগতি লাভ কৰি আছে পল্লৱ লোচন দাসে।
news18assam
Updated: May 23, 2019, 1:01 PM IST
আন সংসদীয় সমষ্টিৰ লগতে তেজপুৰতো অব্যাহত আছে লোকসভা নিৰ্বাচনৰ ভোটগণনা। ষষ্ঠ ৰাউণ্ডৰ অন্তত সমষ্টিটোত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাস। এইপৰ্যন্ত ১৪,৪১৫টা ভোটত অগ্ৰগতি লাভ কৰি আছে পল্লৱ লোচন দাসে। সমষ্টিটোত এতিয়ালৈ বিজেপিয়ে লাভ কৰিছে ৫৭,৫২৭টা ভোট। তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে ৪৩,১১২টা ভোট।
আৰু চাওক পৰৱৰ্তী বাতৰি