Lok Sabha Election Result 2019 LIVE : তেজপুৰত ভাগ্য উদয় হ’বনে ভানুৰ!

তৃতীয় ৰাউণ্ডৰ অন্তত সমষ্টিটোত আগবাঢ়ি আছে বিজেপিপ্ৰাৰ্থী পল্লৱ লোচন দাস।

news18assam
Updated:May 23, 2019, 11:01 AM IST
Lok Sabha Election Result 2019 LIVE : তেজপুৰত ভাগ্য উদয় হ’বনে ভানুৰ!
তৃতীয় ৰাউণ্ডৰ অন্তত সমষ্টিটোত আগবাঢ়ি আছে বিজেপিপ্ৰাৰ্থী পল্লৱ লোচন দাস।
news18assam
Updated: May 23, 2019, 11:01 AM IST
তেজপুৰ লোকসভা সমষ্টিত সমাপ্ত হৈছে তৃতীয় ৰাউণ্ডৰ ভোটগণনা। তৃতীয় ৰাউণ্ডৰ অন্তত সমষ্টিটোত আগবাঢ়ি আছে বিজেপিপ্ৰাৰ্থী পল্লৱ লোচন দাস। অৱশ্যে কেইটামান বিধানসভা সমষ্টিত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানু। বিশ্বনাথ চাৰিআলিত এইপৰ্যন্ত ১৭৭৬টা ভোটত অগ্ৰগতি লাভ কৰি আছে বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে।
আৰু চাওক পৰৱৰ্তী বাতৰি