Lok Sabha Election Result 2019 LIVE : ডিফুত হৰেণ ছিং বে’ৰ ঈৰ্ষণীয় অগ্ৰগতি

সংসদীয় সমষ্টিটোৰ অন্তৰ্গত পাঁচোটা লোকসভা সমষ্টি ক্ৰমে ডিফু, হাফলং, হাওৰাঘাট, বোকাজান আৰু বৈঠালাংছ’ত ৩০ হাজাৰতকৈও অধিক ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থীগৰাকী।

news18assam
Updated:May 23, 2019, 11:44 AM IST
Lok Sabha Election Result 2019 LIVE : ডিফুত হৰেণ ছিং বে’ৰ ঈৰ্ষণীয় অগ্ৰগতি
সংসদীয় সমষ্টিটোৰ অন্তৰ্গত পাঁচোটা লোকসভা সমষ্টি ক্ৰমে ডিফু, হাফলং, হাওৰাঘাট, বোকাজান আৰু বৈঠালাংছ’ত ৩০ হাজাৰতকৈও অধিক ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থীগৰাকী।
news18assam
Updated: May 23, 2019, 11:44 AM IST
ডিফু লোকসভা সমষ্টিত বৃহৎ অগ্ৰগতি লাভ কৰি আছে বিজেপি প্ৰাৰ্থী হৰেণ ছিং বে’ই। সংসদীয় সমষ্টিটোৰ অন্তৰ্গত পাঁচোটা লোকসভা সমষ্টি ক্ৰমে ডিফু, হাফলং, হাওৰাঘাট, বোকাজান আৰু বৈঠালাংছ’ত ৩০ হাজাৰতকৈও অধিক ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থীগৰাকী। বহু পিছ পৰি আছে কংগ্ৰেছৰ বীৰেনছিং ইংতি। সমষ্টিটোত অব্যাহত আছে তৃতীয় ৰাউণ্ডৰ ভোটগণনা।
আৰু চাওক পৰৱৰ্তী বাতৰি