உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • GMC Electionৰ প্ৰচাৰৰ অন্তিম দিনা নিৰ্বাচনী হিংসা! মালিগাঁৱত বিজেপি সমৰ্থকে AAPৰ সমৰ্থকক প্ৰহাৰ কৰাৰ অভিযোগ

    GMC Electionৰ প্ৰচাৰৰ অন্তিম দিনা নিৰ্বাচনী হিংসা! মালিগাঁৱত বিজেপি সমৰ্থকে AAPৰ সমৰ্থকক প্ৰহাৰ কৰাৰ অভিযোগ

    ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

    ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

    ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

    • Share this:

    • GMC নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিমটো দিনত নিৰ্বাচনীকেন্দ্ৰীক হিংসা।

    • মালিগাঁৱৰ গোটানগৰত বিজেপি মিত্ৰজোঁটৰ সমৰ্থকে আম আদমি পাৰ্টীৰ সমৰ্থকক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ।

    • ঘটনা সন্দৰ্ভত মালিগাঁও আৰক্ষী চকীত দাখিল কৰা হৈছে এক এজাহাৰ। এই এজাহাৰ অনুসৰি, AS01BY911 নম্বৰৰ এখন বগা ৰঙৰ বলেৰ'ত অহা যুৱকৰ দলে আপৰ এখন প্ৰচাৰৰ বাহনক আগুৰি ধৰে।

    • দলটোৱে আপৰ প্ৰচাৰৰ বাহনৰ তাজনুৰ হক, নিৰ্মল হালৈ, আকাশ আলি আৰু বিজয় ৰয়ক অপদস্থ কৰে।

    • ইয়াৰ পাছতেই মৃণালজ্যোতি হালৈ নামৰ যুৱক এজনে পুনৰ আপৰ সমৰ্থকসকলক আক্ৰমণ কৰে। এই আক্ৰমণত বিজয় ৰয় নামৰ যুৱকজন গুৰুতৰভাৱে আহত হোৱা বুলি এজাহাৰত উল্লেখ কৰা হৈছে।

    • এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

    Published by:Himangshu Bhuyan
    First published: