বিপিএফৰ শংকৰ বসুমতাৰীয়ে ১৬,২২৫ টা ভোট
বিপিএফৰ শংকৰ বসুমতাৰীয়ে ১৬,২২৫ টা ভোট
বিটিচিৰ পৰিষদীয় সমষ্টিৰ উপনিৰ্বাচনত বিজয় হাঁহি মাৰিলে ইউপিপিএল, জিএছপি আৰু বিজেপি মহাজোঁটৰ প্ৰাৰ্থী মণ্টু বড়োৱে। বাক্সাৰ ২২নং কোকলাবাৰী পৰিষদীয় সমষ্টিটোত ইউপিপিএল দলৰ প্ৰাৰ্থীগৰাকীয়ে বিজয় সাব্যস্তকৰণৰ বাবে মুঠ ৩২,৫৭১ টা ভোট লাভ কৰিবলৈ সক্ষম হয় (BJP alliance candidate wins)।
ইয়াৰ বিপৰীতে বিপিএফৰ শংকৰ বসুমতাৰীয়ে ১৬,২২৫ টা, ভিপিআইৰ লৱ কুমাৰ বসুমতাৰীয়ে ৭৩৬টা আৰু নিৰ্দলীয় প্ৰাৰ্থী হীৰেন শৰণীয়াই ১২২৬টা ভোট লাভ কৰি কৰিবলৈ সক্ষম হয় ৷ সেই হিচাপে বিজেপি মিত্ৰজোঁটৰ হৈ ইউপিপিএল দলৰ প্ৰাৰ্থী মন্টু বড়োৱে ১৬,৩৪৬ ভোটৰ ব্যৱধানত জয়ী হয় ( Koklabari By-Poll )।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|