দিল্লীৰ সংবাদমেল পাতি বিজেপিয়ে ৭০টা সমষ্টিৰ বাবে ঘোষণা কৰিলে দলীয় প্ৰাৰ্থীৰ নাম।
দিল্লীৰ সংবাদমেল পাতি বিজেপিয়ে ৭০টা সমষ্টিৰ বাবে ঘোষণা কৰিলে দলীয় প্ৰাৰ্থীৰ নাম।
দিল্লীৰ সংবাদমেল পাতি বিজেপিয়ে ৭০টা সমষ্টিৰ বাবে ঘোষণা কৰিলে দলীয় প্ৰাৰ্থীৰ নাম। এই ৭০জনীয়া তালিকাত পাখি কাট খালে বৰ্তমানৰ বহুকেইজন বিধায়কৰ।
তাৰে ভিতৰত-
বিহপুৰীয়া- দেৱানন্দ হাজৰিকা
সোনাৰী- নৱনীতা সন্দিকৈ
লাহোৱাল- ঋতুপৰ্ণ বৰুৱা
শিলচৰ- দিলীপ পাল
বৰখলা- কিশোৰ নাথ
হাফলং- বীৰভদ্ৰ হাগজেৰ
হাওৰাঘাট- জয় ৰাম ইংলেং
ডিফু- চুম' ৰংহাং
বৈঠালাংছ- মানসিং ৰংপি
নলবাৰী- অশোক শৰ্মা
লখিমপুৰ- উৎপল দত্ত
নাহৰকটীয়া- নৰেন সোণোৱাল
কমলপুৰ- সত্যব্ৰত কলিতা
বঢ়হমপুৰ- প্ৰফুল্ল মহন্ত
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|