বিশ্ব খনিকৰৰ আৰাধনাত ব্যস্ত ৰাজ্যবাসী

বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়তো চলিছে পূজাৰ ব্যাপক আয়োজন।

News18-Assam
Updated:September 18, 2019, 8:33 AM IST
বিশ্ব খনিকৰৰ আৰাধনাত ব্যস্ত ৰাজ্যবাসী
বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়তো চলিছে পূজাৰ ব্যাপক আয়োজন।
News18-Assam
Updated: September 18, 2019, 8:33 AM IST
আজি বিশ্বকৰ্মা পূজা। বিশ্ব খনিকৰৰ পূজাক লৈ পুৱাৰে পৰা ৰাজ্যজুৰি ভক্তৰ ব্যস্ততা। পূজা উদযাপন সমিতিসমূহে আকৰ্ষণীয়কৈ সজাই–পৰাই তুলিছে পূজা মণ্ডপসমূহ। ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ, কাৰখানাসমূহত পুৱাৰে পৰা ব্যস্ততাময় পৰিৱেশে বিৰাজ কৰিছে। ঢাক–ঢোলৰ শব্দত মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য। বৈদ্যুতিন আৰু ছপা সংবাদ মাধ্যমৰ কাৰ্যালয়তো চলিছে পূজাৰ ব্যাপক আয়োজন। সকলোৱে আৰাধনা কৰিছে বিশ্ব খনিকৰক।  ইফালে, মালিগাঁৱত থকা বিশ্বৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰত পুৱাৰে পৰা ভক্তৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে। বিশ্বকৰ্মা পূজাৰ বাবে সুন্দৰকৈ সজাই–পৰাই তোলা হৈছে মন্দিৰটো।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি