মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজপথত কেক কাটি এজন বিধায়কৰ জন্মদিন পালন

ৰাজপথত কেক কাটি এজন বিধায়কৰ জন্মদিন পালন

News18 Assam | News18-Assam
Updated:August 6, 2020, 2:51 PM IST
ৰাজপথত কেক কাটি এজন বিধায়কৰ জন্মদিন পালন
বৃহস্পতিবাৰে হোজাইৰ ৰাজপথত বিধায়ক শিলাদিত্য দেৱৰ জন্মদিন পালন।

বৃহস্পতিবাৰে হোজাইৰ ৰাজপথত বিধায়ক শিলাদিত্য দেৱৰ জন্মদিন পালন।

  • Share this:
হোজাইত ব্যতিক্ৰম ৰূপত বিধায়ক শিলাদিত্য দেৱৰ জন্মদিন পালন। ৰাজপথত কাটিলে জন্মদিনৰ কেক। বৃহস্পতিবাৰে হোজাইৰ ৰাজপথত বিধায়ক শিলাদিত্য দেৱৰ জন্মদিন পালন। লক্ষণীয় যে এদিনতে হোজাইৰ বিভিন্ন স্থানত পথ নিৰ্মাণৰ ১৪টাকৈ আধাৰশিলা স্থাপন কৰাৰ সময়ছোৱাত তেওঁৰ সমৰ্থকে বিধায়কজনৰ জন্ম দিন উপলক্ষে নতুন বজাৰৰ আধাৰশিলা স্থাপনস্থলীত কেকৰ ব্যৱস্থা কৰাত বিধায়কজনে সমৰ্থক আৰু কণ কণ শিশুক লগত লৈ কেক কাটি পালন কৰিলে নিজৰ জন্মদিন।
Published by: Sanjay Kumar Das
First published: August 6, 2020, 2:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি