কাৰাগাৰৰ পৰা ওলাল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা, জে’লৰ পৰা ওলাই পুনৰ কি হুংকাৰ?

News18 Assam | News18-Assam
Updated:January 12, 2020, 10:03 AM IST
কাৰাগাৰৰ পৰা ওলাল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা, জে’লৰ পৰা ওলাই পুনৰ কি হুংকাৰ?
কাৰাগাৰৰ পৰা ওলায়েই পুনৰ শৃংখল চলিহাৰ হুংকাৰ – ‘কোনো কাৰণত CAA মানি লোৱা নহ’ব’।

কাৰাগাৰৰ পৰা ওলায়েই পুনৰ শৃংখল চলিহাৰ হুংকাৰ – ‘কোনো কাৰণত CAA মানি লোৱা নহ’ব’।

  • Share this:
২০ দিনৰ মূৰত কাৰাগাৰৰ পৰা মুক্ত হ’ল শৃংখল চলিহা। আজি পুৱা ৬ বজাত বৰপেটা কাৰাগাৰৰ পৰা মুক্তি দিয়া হয় বীৰ লাচিত সেনাৰ নেতাজনক। CJM আদালতে জামিন মঞ্জুৰ কৰাৰ পিছত আজি কাৰামুক্ত হয় শৃংখল। কাৰাগাৰৰ পৰা পৰিয়ালৰ লোকে চমজি লয় শৃংখলক। কাৰাগাৰৰ পৰা ওলায়েই পুনৰ শৃংখল চলিহাৰ হুংকাৰ – ‘কোনো কাৰণত CAA মানি লোৱা নহ’ব’। CAAৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলিও মন্তব্য কৰে শৃংখলে।
আৰু চাওক
পৰৱৰ্তী বাতৰি