আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা শৃংখল চলিহাৰ

News18 Assam | News18-Assam
Updated:January 11, 2020, 12:36 PM IST
আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা শৃংখল চলিহাৰ
বৰ্তমান বৰপেটা জিলা কাৰাগাৰত আছে বীৰ লাচিত সেনাৰ নেতাজন।

বৰ্তমান বৰপেটা জিলা কাৰাগাৰত আছে বীৰ লাচিত সেনাৰ নেতাজন।

  • Share this:
আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। শুকুৰবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰে শৃংখলৰ। ক্ৰাইম ব্ৰাঞ্চৰ গোচৰত বৰপেটাৰ পৰা আনি গুৱাহাটীৰ CJM আদালতত হাজিৰ কৰোৱা হৈছিল শৃংখল চলিহাক। পুৰণি গোচৰ জাপি দি শৃংখলক পুনৰ আটক কৰিছিল আৰক্ষীয়ে। কিন্তু আদালতে শৃংখলক মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে। জামিনৰ আনুষ্ঠানিকতাৰ পিছতে মুকলি হ’ব শৃংখল চলিহা! বৰ্তমান বৰপেটা জিলা কাৰাগাৰত আছে বীৰ লাচিত সেনাৰ নেতাজন।
আৰু চাওক
পৰৱৰ্তী বাতৰি