உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Himanta Biswa Sarma: কলেজীয়া ছাত্ৰক কি মটৰ চাইকেল দিব মুখ্যমন্ত্ৰীয়ে? অহা এপ্ৰিল মাহত মুখ্যমন্ত্ৰীয়ে কলেজীয়া ছাত্ৰক দিব ভালখবৰ!

    Himanta Biswa Sarma: কলেজীয়া ছাত্ৰক কি মটৰ চাইকেল দিব মুখ্যমন্ত্ৰীয়ে? অহা এপ্ৰিল মাহত মুখ্যমন্ত্ৰীয়ে কলেজীয়া ছাত্ৰক দিব ভালখবৰ!

    মৰিগাওঁ কলেজৰ নৱ নিৰ্মিত প্ৰেক্ষাগৃহ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলেজীয়া ছাত্ৰক দিলে ভালখবৰ।

    মৰিগাওঁ কলেজৰ নৱ নিৰ্মিত প্ৰেক্ষাগৃহ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলেজীয়া ছাত্ৰক দিলে ভালখবৰ।

    মৰিগাওঁ কলেজৰ নৱ নিৰ্মিত প্ৰেক্ষাগৃহ উদ্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলেজীয়া ছাত্ৰক দিলে ভালখবৰ।

    • Share this:
    'ছাত্ৰীক স্কুটী দিয়াৰ পিছত এইবাৰ কলেজীয়া ছাত্ৰলৈ বাইক। অহা এপ্ৰিল মাহত হৈ যাব সকলো সিদ্ধান্ত।'- শুকুৰবাৰে মৰিগাওঁ কলেজত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এই মন্তব্য। মহাবিদ্যালয়খনত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীক ছাত্ৰ-ছাত্ৰীসকলৰ লগত ৰগৰ কৰাও দেখিবলৈ পোৱা গ'ল।

    মুখ্যমন্ত্ৰীক কাষতে পাই ছাত্ৰসকলেও খোজে বাইক। লগে লগে মুখ্যমন্ত্ৰীৰ প্ৰশ্ন- স্কুটীৰ দামৰ লগত কোনখন বাইক পায়? লগে লগে ছাত্ৰসকলৰ পৰা মাজৰ পৰা উত্তৰ আহে, পালচাৰ! আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অহা এপ্ৰিল মাহত স্কুটাৰ-মটৰ চাইকেলৰ সিদ্ধান্ত ল'ব চৰকাৰে। আৰু তাৰ পিছতে সভাগৃহত ছাত্ৰসকলৰ হৰ্ষোল্লাস দেখিবলৈ পোৱা যায়।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Himangshu Bhuyan
    First published: