মুখ্যপৃষ্ঠা »খবৰ »অসম »Nagaon : চলন্ত অৱস্থাতে বাইকত জুই, ৰূপহীহাটৰ ৰাজপথত দাওদাওকৈ জ্বলি ভস্মীভূত

Nagaon : চলন্ত অৱস্থাতে বাইকত জুই, ৰূপহীহাটৰ ৰাজপথত দাওদাওকৈ জ্বলি ভস্মীভূত

AS 02 L 3229 নম্বৰৰ বাহনখন জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত নথিপত্ৰসমূহো জাহ যায়।

AS 02 L 3229 নম্বৰৰ বাহনখন জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত নথিপত্ৰসমূহো জাহ যায়।

AS 02 L 3229 নম্বৰৰ বাহনখন জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাত নথিপত্ৰসমূহো জাহ যায়।

  • Share this:

ৰূপহীহাটৰ শালপাৰা ৰাজপথত দাওদাওকৈ জ্বলি উঠিল চলন্ত মটৰচাইকেল। লগে লগে বাইকৰ পৰা নামি আৰোহী নামি প্ৰাণ ৰক্ষা কৰে যদিও জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হয় মটৰচাইকেলখন।


ঢেকীয়াজুলিৰ পৰা জুৰিয়া অভিমুখে গৈ থকা অৱস্থাতে হঠাৎ জ্বলি উঠে মটৰচাইকেলখন।
AS 02 L 3229 নম্বৰৰ বাহনখন জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে বাইকৰ নথিপত্ৰসমূহ জুইত জাহ যায়। এই ঘটনাৰ বাবে নগাঁও নলতলী ৰাজ্যিক ঘাইপথত সৃষ্টি হয় তীব্ৰ যান-জঁট। স্থানীয় ৰাইজে বহু চেষ্টা কৰাৰ মূলত নিৰ্বাপণ কৰে জুই, কিন্তু বাইকখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

শেহতীয়া বাতৰি