তেজপুৰত ট্ৰাকে মহতিয়ালে এজন বাইক আৰোহীক

News18-Assam
Updated:July 20, 2019, 12:21 PM IST
তেজপুৰত ট্ৰাকে মহতিয়ালে এজন বাইক আৰোহীক
চিকিত্‍সালয়লৈ নিয়াৰ পথতে মৃত্যুক সাৱটে যুৱকজনে। নিহত যুৱকজন জহামাৰী গাৱৈয়াৰ ফুলেশ্বৰ নাথ।

চিকিত্‍সালয়লৈ নিয়াৰ পথতে মৃত্যুক সাৱটে যুৱকজনে। নিহত যুৱকজন জহামাৰী গাৱৈয়াৰ ফুলেশ্বৰ নাথ।

  • Share this:
তেজপুৰত পথ দুৰ্ঘটনাত নিহত এজন লোক। ট্ৰাকে মহতিয়ালে বাইক আৰোহীক। চিকিত্‍সালয়লৈ নিয়াৰ পথতে মৃত্যুক সাৱটে যুৱকজনে। নিহত যুৱকজন জহামাৰী গাৱৈয়াৰ ফুলেশ্বৰ নাথ। কৰ্মস্থলীলৈ যোৱাৰ পথত দুৰ্ঘটনাত পতিত নাথ। বালিপুখুৰী তিনিআলিত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।
First published: July 20, 2019, 12:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি