মুখ্যপৃষ্ঠা » খবৰ

» অসম

»দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে বিজনীত দুই কিশোৰীৰ পুখুৰীত গা ধুবলৈ গৈ মৃত্য়ু...

দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে বিজনীত দুই কিশোৰীৰ পুখুৰীত গা ধুবলৈ গৈ মৃত্য়ু...

News18 Assam | News18-Assam
Updated:October 13, 2021, 8:43 AM IST
দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে বিজনীত দুই কিশোৰীৰ পুখুৰীত গা ধুবলৈ গৈ মৃত্য়ু...
দুৰ্গোৎসৱৰ উল্লাস আনন্দৰ মাজতে বিজনীত অঘটন ৷  ৩ নং বিষ্ণুপুৰত পুখুৰীত গা ধুবলৈ আহি দুই কিশোৰীৰ সলিল সমাধি । কিশোৰী দুগৰাকী সুস্মিতা সৰকাৰ আৰু দীপ্তি সিংহ ৷

  • Share this:

পুখুৰীত এচডিআৰএফ বাহিনীয়ে নিশা দীৰ্ঘ সময় অভিযান চলাই উদ্ধাৰ কৰে দুয়োৰে মৃতদেহ ৷ চাৰি গৰাকী কিশোৰীয়ে পুখুৰীত গা ধুবলৈ নমাৰ সময়তে এই ঘটনা সংঘটিত হয়। ইয়াৰে দুগৰাকী কথমপি পাৰলৈ আহে যদিও বাকী দুগৰাকীৰ সলিল সমাধি হয় । দুৰ্গোৎসৱৰ মাজতে সংঘটিত ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷
Published by: Kokil Sarma
First published: October 13, 2021, 8:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি