মুখ্যপৃষ্ঠা »খবৰ »অসম »‍Bihu Dance: ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামৰ বিহুনৃত্যত অংশগ্ৰহণৰ উদ্দেশ্যে জোনাইত ব্যাপক প্ৰস্তুতি; জোনাই টাউন ক্লাৱত অব্যাহত আছে কৰ্মশালা

‍Bihu Dance: ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামৰ বিহুনৃত্যত অংশগ্ৰহণৰ উদ্দেশ্যে জোনাইত ব্যাপক প্ৰস্তুতি; জোনাই টাউন ক্লাৱত অব্যাহত আছে কৰ্মশালা

নাচনীৰ বিহু নাচত ৰজনজনাইছে জোনাই

নাচনীৰ বিহু নাচত ৰজনজনাইছে জোনাই

নাচনীৰ বিহু নাচত ৰজনজনাইছে জোনাই

  • Share this:
গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১৪ এপ্ৰিলত ১১ হাজাৰ বিহুৱা আৰু বিহুৱতীয়ে একেলগে বিহু নাচি বিশ্ব অভিলেখ গঢ় দিব। এই উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঢুলীয়া-নাচনীসকল একপ্ৰকাৰ সাজু হৈছে। ইয়াৰ সমান্তৰালকৈ নাচনীৰ বিহু নাচত ৰজনজনাইছে জোনাই।

জোনাই টাউন ক্লাৱত মাষ্টাৰ ট্ৰেইনাৰ জুন দলে আৰু গীতিমালিকা গগৈৰ নেতৃত্বত বিগত কেইবাদিনৰ পৰা প্ৰায় শতাধিক নাচনীয়ে বিহু নাচৰ কৰ্মশালা অব্যাহত ৰাখিছে।

এই বিহু নৃত্যৰ কৰ্মশালাত অংশ লোৱা জোনাই সমষ্টিৰ প্ৰায় ২০০ গৰাকী বিহুৱা, বিহুৱতী, পেপুৱাই গুৱাহাটীত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

শেহতীয়া বাতৰি