• Home
  • »
  • News
  • »
  • assam
  • »
  • APSC Scam : APSC কেলেংকাৰীৰ তদন্তত বৃহৎ অগ্ৰগতি। শীঘ্ৰেই সাজু হ’ব চমন দিবলগীয়া ৰাজপত্ৰিত বিষয়াৰ দ্বিতীয় তালিকা।

APSC Scam : APSC কেলেংকাৰীৰ তদন্তত বৃহৎ অগ্ৰগতি। শীঘ্ৰেই সাজু হ’ব চমন দিবলগীয়া ৰাজপত্ৰিত বিষয়াৰ দ্বিতীয় তালিকা।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে কৰি আছে APSC কেলেংকাৰীৰ ন্যায়িক তদন্ত।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে কৰি আছে APSC কেলেংকাৰীৰ ন্যায়িক তদন্ত।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে কৰি আছে APSC কেলেংকাৰীৰ ন্যায়িক তদন্ত।

  • Share this:
APSC কেলেংকাৰীৰ তদন্তত ন্যায়িক তদন্ত আয়োগৰ বৃহৎ অগ্ৰগতি।

শীঘ্ৰেই সাজু হ’ব চমন দিবলগীয়া ৰাজপত্ৰিত বিষয়াৰ দ্বিতীয়খন তালিকা।

দ্বিতীয় তালিকাত থাকিব ৩২-৩৫ ৰাজপত্ৰিত বিষয়াৰ নাম।

ইতিমধ্যেই ২১ ৰাজপত্ৰিত বিষয়ালৈ চমন জাৰি কৰিছে ন্যায়িক তদন্ত আয়োগে।

প্ৰথম তালিকাত আছে ১৪ গৰাকী APS আৰু ৭ গৰাকী ACS বিষয়াৰ নাম।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে কৰি আছে ন্যায়িক তদন্ত।
Published by:Manjumoni Borah
First published: