APSC কেলেংকাৰীৰ তদন্তত ন্যায়িক তদন্ত আয়োগৰ বৃহৎ অগ্ৰগতি।
শীঘ্ৰেই সাজু হ’ব চমন দিবলগীয়া ৰাজপত্ৰিত বিষয়াৰ দ্বিতীয়খন তালিকা।
দ্বিতীয় তালিকাত থাকিব ৩২-৩৫ ৰাজপত্ৰিত বিষয়াৰ নাম।
ইতিমধ্যেই ২১ ৰাজপত্ৰিত বিষয়ালৈ চমন জাৰি কৰিছে ন্যায়িক তদন্ত আয়োগে।
প্ৰথম তালিকাত আছে ১৪ গৰাকী APS আৰু ৭ গৰাকী ACS বিষয়াৰ নাম।
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে কৰি আছে ন্যায়িক তদন্ত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|