কাইলৈ প্ৰদান কৰা হ'ব দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। দেশৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ'ব ভাৰতৰত্ন। সুধাকণ্ঠ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ব ভাৰতৰত্ন। মৰণোত্তৰভাৱে সমাজকৰ্মী নানাজী দেশমুখক আগবঢ়াব এই সন্মান।
ভাৰতৰত্ন প্ৰদান কৰিব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীক। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ প্ৰদান কৰিব ভাৰতৰত্ন সন্মান।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 07, 2019, 22:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।