আজি ভুবনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা

৫ আগষ্টত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছিল ভুবনেশ্বৰ কলিতাই

News18-Assam
Updated:August 9, 2019, 12:43 PM IST
আজি ভুবনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা
৫ আগষ্টত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছিল ভুবনেশ্বৰ কলিতাই
News18-Assam
Updated: August 9, 2019, 12:43 PM IST
আজি ভুবনেশ্বৰ কলিতাই যোগদান কৰিব পাৰে বিজেপিত। আজি বিয়লি কলিতাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। বিজেপিৰ শীৰ্ষ সূত্ৰত প্ৰকাশ পাইছে এই তথ্য। অৱশ্যে এইপৰ্যন্ত এই কথা স্পষ্ট কৰা নাই ভুবনেশ্বৰ কলিতাই। ৫ আগষ্টত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছিল সাংসদগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি